Site icon Guwahati Times

গোৱালপাৰাৰ মৰেল পুলিচিঙত জড়িত ১৩ জনক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ মৰেল পুলিচিঙত জড়িত ১৩ জনক গ্ৰেপ্তাৰ। নিশা আগিয়া থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৭জনক। মৃতকৰ পত্নীয়ে গোচৰ দিয়াৰ পাছতে গাঁৱৰ পৰা পলায়ন কৰিছিল সকলো পুৰুষ। ধৃত পুতুল দাস, প্ৰকাশ ৰাভা, ৰামপ্ৰসাদ দাস, ৰূপজ্যোতি ৰাভা, উপজিত ৰাভা, স্বপন ৰাভা, ৰাতুল বিশ্বাস। ঘটনা সন্দৰ্ভত ৩জনৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ ৰাজকুমাৰ ৰাভা, ৰাতুল ৰাভা, শিৱম মণ্ডলৰ। চুৰিৰ সন্দেহত ছেংছা মাৰাকক মৰিয়াই হত্যা কৰিছিল অভিযুক্তকেইটাই।

Exit mobile version