Site icon Guwahati Times

মহানগৰীত পুনৰ জাল নোটসহ বহিঃৰাজ্যৰ দুজনক গ্ৰেপ্তাৰ

🔴মহানগৰীত পুনৰ জাল নোটসহ বহিঃৰাজ্যৰ দুজনক গ্ৰেপ্তাৰ
🔴ভৰলুমুখ ৮নং গেটত চলিছিল আৰক্ষীৰ এক অভিযান
🔴অভিযানত জব্দ ৫ লাখ টকাৰ জাল নোট, মোবাইল ফোন
🔴দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে চলাই আহিছিল জাল নোটৰ বেহা

Exit mobile version