Site icon Guwahati Times

GMC কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ

জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ

শুকুৰবাৰে দীঘলী পুখুৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ হোৱাৰ পিছতে জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা। কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ। জিলা প্ৰশাসনৰ নিয়ম নমনাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিদেৰ্শনা পোৱাৰ পিছতে ক্ষুদ্র ব্যৱসায়ীসকলৰ মাজত লাগিছে হাহাকাৰ। চৰকাৰৰ নিৰ্দেশনাৰ পিছতে স্থায়ী ঠিকনা বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে সেই স্থানত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি থকা ব্যৱসায়ীসকলে। দীঘলী পুখুৰী সলনি গুৱাহাটীৰ যিকোনো স্থানত ব্যৱসায় কৰাৰ বাবে অনুমতি বিচাৰি চৰকাৰক আহ্বান।

Exit mobile version