Site icon Guwahati Times

জালুকবাৰীৰ কাঠিয়াদলঙত বাথৰুমৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

-মহানগৰীৰ জালুকবাৰীৰ কাঠিয়াদলঙত চাঞ্চল্যকৰ ঘটনা। -বাথৰুমৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ।

-ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ।

-কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।

-ছয়গাঁৱৰ হাতীচলা পামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বুলবুল হুছেইনক।

-ধৃত বুলবুলে আৰক্ষীৰ আগত স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা।

– ১৪ জুন তাৰিখে জালুকবাৰীত বাথৰুমত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ।

-আৰক্ষীৰ প্ৰাথমিক তদন্তত স্পষ্ট হৈছিল হত্যাকাণ্ডৰ কথা।

-তাৰ পাছতে অভিযান চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলবুল হুছেইনক।

Exit mobile version