আজিৰে পৰা পুনৰ আৰম্ভ হ’ৱ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

1 min read
গুৱাহাটী: আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যকৰী অভিযন্তা ৰাজ হুছেইন খানে প্ৰকাশ কৰিছে এই তথ্য ।

২৮ মে’ৰ পৰা বন্ধ হৈ আছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কামৰূপ জিলা(মহানগৰ) প্ৰশাসনে বন্ধ কৰিছিল ফেৰীৰ চলাচল ।

গুৱাহাটী- উত্তৰ গুৱাহাটীৰ তিনিওটা ফেৰী ঘাটত পূৰ্বৰ দৰে চলিব
ফেৰী ।

You May Also Like

More From Author