24.3 C
Assam
Sunday, October 2, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

দিনত বায়েকৰ ঘৰলৈ ফুৰিবলৈ অহা নাবালিকা নিশা উদ্ধাৰ হ’ল আহত অৱস্থাত, পাঁচ পাষণ্ড কামনাৰ বলি

Assamese Newsদিনত বায়েকৰ ঘৰলৈ ফুৰিবলৈ অহা নাবালিকা নিশা উদ্ধাৰ হ'ল আহত অৱস্থাত, পাঁচ পাষণ্ড কামনাৰ বলি

সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক চাহ বাগিচাত যোৱানিশা সংঘটিত হৈছে জঘন্য ঘটনা।  এগৰাকী নাবালিকাই নামতোলাৰ লাহদৈগড়স্থিত বায়েকৰ ঘৰলৈ ফুৰিব আহিছিল বৃহস্পতিবাৰে দিনৰ ভাগতে।

কিন্তু নিশা প্ৰায় চাৰে দহমান বজাত টাওকাক চাহ বাগিচাত গাঁওৰক্ষী বাহিনীয়ে নাবালিকাগৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰি জানিব পাৰে যে পাঁচ পাষণ্ডই তেওঁৰ সৈতে অপকৰ্ম কৰিছে।

নামতোলা আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হয় আৰু নাবালিকাৰ অভিযোগৰ ভিত্তিত  ধৰ্ষণত অভিযুক্ত গোপাল মুড়া, প্লানটুকা ওৰাং, সোণটো গগৈ, লেৰিয়া সৰকাৰ আৰু নিৰ্মল এক্কা নামৰ পাঁচ পাষণ্ডক আটক কৰি জে’ললৈ প্ৰেৰণ কৰে নামতোলা আৰক্ষীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: