Site icon Guwahati Times

ডবকাত নিজ ঘৰতেই দলবদ্ধ বলাৎকাৰৰ পাছত কিশোৰীক নিৰ্মমভাৱে হত্যা

গুৱাহাটী: লকডাউনৰ মাজতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰিলে একেগাঁৱৰে কেইজনমান যুৱকে।

মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা।

কিন্তু বুধবাৰেহে পোহৰলৈ আহে এই কাণ্ডৰ সবিশেষ।

ঘটনাৰ বিৱৰণিৰ মতে, নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে কেইজনমান যুৱকে প্ৰৱেশ কৰিছিল কিশোৰীগৰাকীৰ বাসগৃহত।

তাৰ পাছত উপৰ্যুপৰি বলাৎকাৰ কৰা হৈছিল কিশোৰীগৰাকীক।

Source: Asomiya Pratidin.

Exit mobile version