Site icon Guwahati Times

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাবৰ বাবে নিৰ্বাচন আয়োগত আবেদন ৰাজ্যিক বিজেপিৰ। সাধাৰণ সম্পাদক পুলক গোহাঁই, দিপ্লুৰঞ্জন শৰ্মা আৰু গুৱাহাটী বিজেপিৰ সভাপতি মৃগেন শৰণীয়াই আবেদন জনায় নিৰ্বাচন আয়োগক।

২১ এপ্ৰিলৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ। বিশেষভাৱে ব’হাগ বিহুৰ বাবেই এই আবেদন বিজেপিৰ। পৌৰ নিগমৰ নিৰ্বাচনত ক্লীন ছুইপ কৰিব বুলি দাবী বিজেপিৰ।

Exit mobile version