Site icon Guwahati Times

GMCHত ভয়ংকৰ অগ্নিকাণ্ড। হাস্পতালৰ পুৰণি ভৱনত সংঘটিত হয় এই অগ্নিকাণ্ড।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অগ্নিকাণ্ড।

পুৰণি ভৱনৰ প্ৰথম মহলাত বিধ্বংসী জুইত বহু সামগ্ৰী ভস্মীভূত। অগ্নিকাণ্ডক লৈ ৰোগী-আত্মীয়, চিকিত্সক-স্বাস্থ্য কৰ্মীৰ মাজত হাহাকাৰ।

This is a breaking news story more details will be added soon.

Exit mobile version