Ola, Uber আৰু Rapido-ৰ দৰে সেৱা এতিয়া অসমতো!
অসমৰ যুৱকৰ প্ৰচেষ্টাত উন্মোচন হ’ল নতুন Go2Ride এপ। এতিয়া মাত্ৰ এটা ক্লিকতে বুক কৰিব পাৰিব বাইক, অটো আৰু কাৰ টেক্সি।
সুৰক্ষিত, দ্ৰুত আৰু সহজ যাত্ৰাৰ বাবে অসমৰ ৰাইজে এতিয়াই নিজৰ স্মাৰ্টফোনত Go2Ride এপ ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰে।
কেৱল যাতায়াতৰ সুবিধাই নহয়, এই এপৰ জৰিয়তে অসমৰ যুৱক-যুৱতীসকলে ড্ৰাইভাৰ হিচাপে সংযুক্ত হৈ উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰিব। লগতে, আন ৰাইড-হেইলিং এপৰ তুলনাত চালকসকলে অধিক সুবিধা লাভ কৰিব।
এপটোৰ স্বত্বাধিকাৰীৰ মতে, “এই পদক্ষেপে ভৱিষ্যতে প্ৰায় ১.৫ লাখ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। লগতে Go2Ride-এ OLA আৰু UBERৰ দৰে কোম্পানীসমূহকো শক্তিশালী প্ৰতিযোগিতা আগবঢ়াব।”
আন ব্যক্তিগত এপসমূহে প্ৰতিটো ৰাইডত অধিক কমিচন লোৱাৰ বিপৰীতে Go2Ride-এ অতি কম কমিচনত একেধৰণৰ সুবিধা আগবঢ়াই।
চালকসকলে দৈনিক সামান্য মাচুল দি প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাব আৰু যাত্ৰীসকলেও কম ভাড়াত স্বচ্ছ আৰু নিৰ্ভৰযোগ্য সেৱা লাভ কৰিব।
পলম নকৰি এতিয়াই Go2Ride App ডাউনলোড কৰক অথবা অধিক জানিবলৈ যোগাযোগ কৰক: 9988767638
Go2Ride
আপোনাৰ যাত্ৰা, আপোনাৰ ধৰণে।
অসমত বিকশিত হোৱা Go2Ride এপ আমাৰ ৰাজ্যৰ এক গৌৰৱৰ পদক্ষেপ। আশা কৰা হৈছে অসমৰ প্ৰতিখন জিলাৰ ৰাইজে এই স্বদেশী এপটো আদৰি ল’ব।

