Site icon Guwahati Times

এই ৩টা কাম কৰিলে মা লক্ষ্মী সুখী হ’ব ! পৰিয়ালৰ অভাৱ পূৰণ হ’ব

বাস্তুৰ মতে, যদি আপুনি এই তিনিটা নিয়ম মানি চলিব পাৰে। তেতিয়া মা লক্ষ্মীয়ে আপোনাৰ ওপৰত কৃপা বৰষুণ কৰিব, এবাৰ লক্ষ্মীয়ে তেওঁৰ কৃপা পাব পাৰিলে তেতিয়া আপুনি চিৰদিন অৰ্থনৈতিক সংকটৰ পৰা আঁতৰি থাকিব। গতিকে পলম নকৰিব, মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পৰা তিনিটা নিয়ম হৈছে – ( These Three Things Will Make Maa Lakshmi Happy )

 

 

১) যদি আপুনি উত্তৰ-পূব দিশৰ বেৰত বাচন-বৰ্তন ৰাখে, তেন্তে ভবা হয় যে আপুনি মা লক্ষ্মীৰ কৃপা পাবলৈ গৈ আছে, যাৰ ফলত আপোনাৰ চিৰস্থায়ী অৰ্থনৈতিক সংকট নিমিষতে আঁতৰাই যায়।

২) ঘৰৰ উত্তৰ দেৱালত লক্ষ্মীৰ ছবি দিব পাৰে বা আপোনাৰ মন্দিৰৰ উত্তৰ দেৱালত মা লক্ষ্মীৰ প্ৰতিমূৰ্তি লগাই দিব পাৰে। বাস্তুৰ মতে ই আপোনাৰ বাবে অত্যন্ত শুভ। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সংকট নিমিষতে নাইকিয়া হ’ব।

 

 

৩) শুই উঠি বিছনাৰ পৰা নামিয়েই সেই ভূমিক প্ৰণাম কৰিব লাগে যি ভূমিত আমি ভৰি থম। সেই ধৰিত্ৰী আইক প্ৰণাম কৰিব লাগে কিয়নো আমি তেওঁক ভৰিৰে স্পৰ্শ কৰিছোঁ। কিয়নো আমি উপায়হীন। আমিতো ধৰিত্ৰী আইৰ ওপৰত ভৰি থবই লাগিব। গতিকে প্ৰথমে আই ধৰিত্ৰীক ক্ষমা বিচাৰি তেওঁৰ ওপৰত ভৰি থৈ খোজ দিব লাগে।

 

 

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। guwahatitimes.com এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ।

Exit mobile version