সন্ধানহীন গহপুৰৰ ২ বছৰীয়া সন্তান সহ বোৱাৰী আৰু যুৱতী

0 min read

বিশ্বনাথ  জিলাৰ  গহপুৰ মহকুমা হাৱাজান আৰক্ষী  চকী অন্তৰ্গত আউনীবাৰী গাঁওৰ এগৰাকী মহিলা  ২ বছৰীয়া সন্তানৰ লগতে এগৰাকী ২২ বছৰীয়া  যুৱতী বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা ঘটনা পোহৰলৈ আহিছে৷ গহপুৰ মহকুমা হাৱাজান আৰক্ষী চকী অন্তৰ্গত আউনীবাৰী  গাঁৱৰ ৰাজীৱ দলে  নামৰ ব্যক্তিজনৰ পত্নী পুনিমা বড়ো দলে ২ বছৰীয়া সন্তান আৰু ৰাজীৱ দলে ২২ বছৰীয়া ভনীয়েক নিটুমণি দলে   যোৱা ১২ জুলাইত গহপুৰ কলাবাৰী ছেন্টাৰত  ২ বছৰীয়া সন্তানটো  চেইন এডাল বনাবলৈ যাও বুলি তিনিও  ঘৰৰ পৰা যি উলাই গ’ল আজিলৈকে ঘৰলৈ ঘূৰি নাহিল তিনিও।
বৰ্তমানলৈকে  ৰাজীৱ দলে পত্নী পুণিমা বড়ো দলে আৰু ২ বছৰীয়া সন্তানৰ লগতে ভনীয়েক নিটুমণি দলে   নিৰুদ্দেশ হৈ আছে।
ৰাজীৱ দলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা লগতে হাৱাজান আৰক্ষী চকীত দিয়া এজাহাৰ অনুসৰি পত্নী পূনিমা বড়ো দলে নিজৰ জন্ম  ঘৰ ওদালগুৰি টংলাৰ  শিষ্টানবস্তিত বুলি প্ৰকাশ কৰে।উল্লেখযোগ্য যে যোৱা ১২ জুলাইত পূৱা ৯ মান বজাত গহপুৰ কলাবাৰী ছেন্টাৰত ২ বছৰীয়া সন্তানটো চেইন বনাবলৈ যাওঁ বুলি ঘৰৰ পৰা পত্নী আৰু ৰাজীৱ দলে ২২ বছৰীয়া ভনীয়েক ঘৰৰ পৰা উলাই গৈছিল যদিও পত্নী আৰু  ভনীয়েক ঘৰৰ পৰা উলাই যোৱা বিষয়টো স্বামী ৰাজীৱ দলেক অৱগত কৰা নাছিল পত্নী আৰু ভনীয়েকে। কিন্তু যি সময়ত পত্নী ভনীয়েক ঘৰৰ পৰা উলাই গৈছিল সেই সময়ত ৰাজীৱ দলে ব্যস্ত আছিল পথাৰত।
কিন্তু ৰাজীৱ দলে পথাৰৰ পৰা  ঘৰলৈ আহি খবৰ লয় পত্নী সন্তান আৰু ভনীয়েকৰ ।ঘৰত কাকো দেখা নাপায় পত্নী ভনীয়েক  ক’ত গৈছে বুলি  ৰাজীৱ দলে পত্নী সৈতে যোৱা ভনীয়েক ফোন কৰে। ফোন কৰাত  ভনীয়েক নিটুমণিয়ে  বিষয়টো অৱগত কৰে ককায়েক  আমি কলাবাৰীত আছোঁ বৌ সৈতে।লৰাটো বাবে চেইন বনাবলৈ আহিছোঁ
ককায়েক  ৰাজীৱ দলে কৈছে লকডাউন চলি আছে তহঁত শুনাকালে ঘৰলৈ আঁহ। কিন্তু সন্ধিয়ালৈকে ভনীয়েক পত্নী সন্তান সহ ঘৰলৈ ঘুৰি নাহিল। হাহাকাৰ পৰিস্থিতি ঘৰ খনত।উপায়ন্ত হৈ পাছত পত্নী নিজৰ পিতৃ মাতৃ   ওদালগুৰি ঘৰ পৰা ফোন আহিল পত্নী পূণিমা বড়ো দলে ।  স্বামী ৰাজীৱলৈ।ৰাজীৱক পত্নীয়ে  কয়  আমি মা ঘৰ  ওদালগুৰি টংলাত  আছোঁ লগতে পত্নী পুণিমা বড়ো দলে পৰিয়াল সদস্য ই ৰাজীৱ দলে সৈতে কথা পাতে । তেতিয়া ৰাজীৱ দলে স্পষ্ট হ’ল পত্নী সন্তান ভনীয়েক শাহুমাক ঘৰত আছে ।
ইফালে  পুনিমা বড়ো পৰিয়ালে যোৱা  বুধবাৰে বিয়লি টংলা  ৰেল ষ্টেচনত পৰিয়ালে গহপুৰ ঘৰলৈ বুলি টংলা ৰেল ষ্টেচনত আগবঢ়াই দিয়ে ।
ইফালে আগবঢ়োৱা খবৰ লাভ কৰি ৰাজীৱ দলেয়ে  নিশালৈকে  গহপুৰ ৰেল ষ্টেচনত পত্নী সন্তান ভনীয়েকৰ  অপক্ষা কৰি থাকিল যদিও কোনো এখন ৰেলত   পত্নী সন্তান ভনীয়েক অহা দেখা নাপালে  । ৰাজীৱ দলে উপায়হীন হৈ অৱশেষত  উপস্থিত হয় গহপুৰত হাৱাজান আৰক্ষী চকীত।উপস্থিত হৈ  পত্নী সন্তান ভনীয়েক নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।লগতে ৰাজীৱ দলে কয় কালি পৰা ভনীয়েক মোবাইল ফোনটো ও অফ দেখুৱাই আছে ।তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজীৱ দলে । ৰাজীৱ  দলে আহ্বান এই বিপদৰ সময়ত কোনো সদাশয় লোকে যদি তেওঁ  পৰিয়ালটো দেখা পাই সহায় কৰা লগতে স্থানীয় আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনা

ইফালে আগবঢ়োৱা খবৰ লাভ কৰি ৰাজীৱ দলেয়ে  নিশালৈকে  গহপুৰ ৰেল ষ্টেচনত পত্নী সন্তান ভনীয়েকৰ  অপক্ষা কৰি থাকিল যদিও কোনো এখন ৰেলত   পত্নী সন্তান ভনীয়েক অহা দেখা নাপালে  । ৰাজীৱ দলে উপায়হীন হৈ অৱশেষত  উপস্থিত হয় গহপুৰত হাৱাজান আৰক্ষী চকীত।উপস্থিত হৈ  পত্নী সন্তান ভনীয়েক নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।লগতে ৰাজীৱ দলে কয় কালি পৰা ভনীয়েক মোবাইল ফোনটো ও অফ দেখুৱাই আছে ।তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজীৱ দলে । ৰাজীৱ  দলে আহ্বান এই বিপদৰ সময়ত কোনো সদাশয় লোকে যদি তেওঁ  পৰিয়ালটো দেখা পাই সহায় কৰা লগতে স্থানীয় আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনায়।

You May Also Like

More From Author