Site icon Guwahati Times

গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি পদৰ পৰা অব্যাহতি ল’লে মনোজ নাথে…

ব্যক্তিগত কাৰণত প্ৰেছ ক্লাবৰ সভাপতিৰ পদ ত্যাগ কৰা মনোজ কুমাৰ নাথে প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ সভাপতি তথা অন্যান্য পদসমূহৰ পৰাও অব্যাহতি লৈছে।

এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সমিতিক অৱগত কৰিছে। এই বিষয়ত গুৱাহাটী প্ৰেছ ক্লাৱৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ কোনো কাৰ্যক্ৰমণিকাৰ সৈতে জড়িত নহয়।

Exit mobile version