নুনমাটি অসম জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়ালে সম্পুৰ্ণাই

0 min read

গুৱাহাটী, 25 জুন : কলা শাখাত সম্পুৰ্ণা বাৎসায়নৰ পঞ্চম স্থান দখল ৷ অসম জাতীয় বিদ্যালয়, নুনমাটিৰ ছাত্ৰী সম্পুৰ্ণা বাৎসায়ন ৷ সম্পুৰ্ণাই লাভ কৰিছে মুঠ 471 নম্বৰ ৷

কলা শাখাত সম্পুৰ্ণা বাৎসায়নৰ পঞ্চম স্থান দখল ৷ অসম জাতীয় বিদ্যালয়, নুনমাটিৰ ছাত্ৰী সম্পুৰ্ণা বাৎসায়ন ৷

You May Also Like

More From Author