গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত “জাপানীজ পৰ্ণ”

1 min read
গুৱাহাটী: ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটত দেওবাৰে পুৱাই ঘটিল ভয়ংকৰ অঘটন । কোনো দুষ্টচক্ৰই বিশ্ববিদ্যালয়খনৰ ৱেবচাইট হেক কৰাৰ পাচতেই এতিয়া বিসংগতিয়ে দেখা দিছে চাইটটোত । কিয়নো ইয়াত ক্লিক কৰাৰ পাচতেই এতিয়া জাপান পৰ্ণ নামেৰে অন্য এটা চাইট খোল খায় । ইয়াৰ পাচতেই এতিয়া বিবুদ্ধিত পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ।

You May Also Like

More From Author