Site icon Guwahati Times

Video: শাৰী পিন্ধি মহিলাই কৰিলে জিম, ভিডিঅ’ চোৱাৰ পিছত আপুনিও দিব প্ৰতিক্ৰিয়া

আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে শৰীৰৰ গতিবিধি প্ৰায় কম পৰিমানেহে হয়, গতিকে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ মানুহে জুম্বা, জিম, খোজকঢ়া আদিৰ দৰে ৱৰ্কআউট কৰে। ইণ্টাৰনেটত আপুনি হাজাৰ হাজাৰ ৱৰ্কআউটৰ ভিডিঅ’ লাভ কৰিব, যিয়ে যিকোনো ব্যক্তিক জিমত যোগদান কৰিবলৈ প্ৰেৰণা দিব।

শেহতীয়াকৈ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত এগৰাকী মহিলাই শাৰী পৰিধান কৰিয়ে জিমত ৱৰ্কআউট কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰা হৈছে। ইয়াত এগৰাকী মহিলাক জিমত কিছুমান আচৰিত ধৰণৰ ৱৰ্কআউট কৰা দেখা গৈছে। এই ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক আচৰিত কৰি তুলিছে আৰু একাংশই মহিলাগৰাকীৰ এনে ফিটনেছৰ বাবে প্ৰশংসা কৰিছে।

চাওক ৱৰ্কআউটৰ ভিডিঅ’টো-

Exit mobile version