Site icon Guwahati Times

হাজোৰ ৰামদিয়াত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ অন্তত CRPF জোৱানৰ তাণ্ডৱ….

হাজোৰ ৰামদিয়াত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ অন্তত CRPF জোৱানৰ তাণ্ডৱ। কৰ্তব্যত নিয়োজিত CRPF জোৱানে ৰাজপথত এফালৰ পৰা লাঠীৰে কোবোৱাত আহত হৈছে কেইবাজনো লোক। এই দৃশ্য বন্দী কৰাত NEWS18 ৰ সাংবাদিকৰ ধীৰাজ দাস পিনে চোচা লৈ আক্ৰমণৰ চেষ্টা CRPFৰ দলৰ। প্ৰহৃত কেইবাগৰাকীও যুৱকে অভিযোগ কৰা অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ এই কাণ্ড সংঘটিত কৰিছে কৰ্তব্যৰত CRPFজোৱানে।

Exit mobile version