Site icon Guwahati Times

মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত হাজোতো ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন

অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে আজি হাজোতো ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱা ৬ বজাৰ পৰা হাজো ৰাজহ চক্ৰৰ সমুখত তথা দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখত ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰে ৷

Exit mobile version