Site icon Guwahati Times

হাজোৰ বৰ্ণিত ভংকৰ পথ দুৰ্ঘটনা।

#হাজোৰ বৰ্ণিত ভংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত এজন।

হাজো দিশৰ পৰা মুকালমুবা আদাবাৰী অভিমুখেAS 01F M2165 নম্বৰ এভেনজাৰ বাইকেৰে আহি থকা বাইক আৰোহী এজনে বৰ্নি শান্তিপুৰৰ গডকাপ্তানি পথৰ ওচৰত বিদুৎতৰ খুতাত প্ৰচন্ড জুৰে খুন্দা মৰাৰ ফলত সংঘটিত হয দুৰৰ্ঘটনা।

ঘটনাৰ খবৰ পায স্হানীয লোক ঘটনাষ্ঠলীত উপস্থিত হৈ সংকটত জনক অবস্হাত স্হানীয লোকে হাজো বিষ্ণু ৰামমেধি প্ৰাথমিক চিকিৎসালযলৈ প্ৰেৰণ কৰে দুৰ্ঘটনা সংঘটিত হোৱা লোক জনক।

#চিকিৎসকে মৃত্যু বুলি ঘোষনা কৰে লোকজনক।

মৃত লোক জন অশোক দাস বুলি জানিব পৰা গৈছে।

ঘৰ নলবাৰী জিলাৰ বৰশালাত।

Exit mobile version