Site icon Guwahati Times

পঞ্চমুখী বীৰ হনুমানৰ পূজাৰ মহত্ব জানি লওক আজিয়ে

বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ প্ৰথম মুখ খনি বানৰৰ, দ্বিতীয় খন গৰুড়, তৃতীয় খন বৰাহ, চৰ্তুথখন, নৰসিংহ আৰ পঞ্চমখন অশ্বৰ।এই পাঁচ খন মুখেৰে বীৰ হনুমানে নিজৰ ভক্তক পাঁচ ধৰণেৰে সমস্যা দূৰ কৰে।প্ৰতি মুখৰে বেলেগ বেলেগ মহত্ব আছে।সেয়ে আজি বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ পাঁচখন মুখৰ মহত্ব জানি লওঁ আহক – প্ৰথমে বানৰৰ মুখ,

এই মুখৰ দ্বাৰা, শক্ৰৰপৰা বিজয় প্ৰাপ্ত হয়।

দ্বিতীয় গৰুদ্ৰ মুখৰ পৰা

সকলো সমস্যা, চিন্তা, বাধা, বিনাশ হয়।

তৃতীয় বৰাহ মুখৰ পৰা

আয়ুষ দীঘল হয়, প্ৰসিদ্ধ আৰু শক্তি প্ৰাপ্ত হয়।

চৰ্তুথখন নৰসিংহ মুখৰ দ্বাৰা

ভয়, ব্যাকুল, সমস্যা আঁতৰ হয়।

পঞ্চমতে অশ্ব মুখৰ দ্বাৰা

সকলো মনৰকামনা পুৰণ হয়।

জয় শ্ৰী ৰাম…জয় হনুমান

Exit mobile version