Site icon Guwahati Times

আজি হাৰিয়ানাত নতুন চৰকাৰৰ শপত গ্ৰহণ; পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নায়ব সিং ছৈনীয়ে

আজি দিনৰ ১১ বজাত হ’ব শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীসহ ১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।উপস্থিত থাকিব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। পঞ্চকুলাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব বিজেপিৰ প্ৰায়সকল জ্যেষ্ঠ নেতা।

Exit mobile version