Site icon Guwahati Times

নতুন দল গঠন হোৱা সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী: অসমৰ ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱা উচিত। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সকলো ৰাজনৈতিক দল একত্ৰিত হওঁক। নিৰ্বাচনী সভা সকলোবোৰ দলৰ নাম ক’ব লাগিলে কৰবাত ভুল হৈ যাব। ২০-২৫টা দলৰ নাম ল’লে অসুবিধাৰ সৃষ্টি হ’ব। হাৰিবলগীয়া গোটেই কেইটা দলেই। গতিকে সকলো ৰাজনৈতিক দলক একলগ হ’বলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আছুৰ AJPৰ পাছত আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা নতুন দল গঠন হ’ল। কৃষক মুক্তিসহ ৰাজ্যৰ ৭০টা সংগঠন মিলি ৰাইজৰ দল নামৰ এটা দলৰ আত্মপ্ৰকাশ ঘটে

Source: Niyomiya Barta

Exit mobile version