Site icon Guwahati Times

দাম্পত্য জীৱনত বাঢ়িছে নেকি সংগমৰ প্ৰতি অনিচ্ছা? যৌন জীৱনত বাঢ়িছে নেকি দূৰত্ব, জানক ইয়াৰ কাৰণ আৰু প্ৰতিকাৰৰ উপায়…

সুখী দাম্পত্য জীৱনৰ অন্যতম ছাবিকাঠি হ’ল শাৰীৰিক সম্পৰ্ক। কিন্তু, বিয়াৰ কেইবছৰমানৰ পিছত, বহুতো দম্পতীৰ মাজত শাৰীৰিক উত্তেজনা হ্ৰাস পাবলৈ ধৰে আৰু দাম্পত্য জীৱনলৈ ভাবুকি আহে । কিয় এনে হয় আৰু কি কৰিব?

1/ 7 *যেতিয়া বিবাহেৰে এটা সম্পৰ্কৰ আৰম্ভণি হয়, তেতিয়া দুয়োজনৰে যৌন ইচ্ছা বা যৌন আকাঙ্খা (Sex Drive) চৰম পৰ্যায়ত থাকে। ইজনে সিজনক জনাৰ দুৰ্বাৰ আগ্ৰহ, কাষত পোৱাৰ বাসনা আদি অনুভূতিবোৰে জীৱনটো সুন্দৰ কৰি তোলে।প্রতীকী ছবি
*যেতিয়া বিবাহেৰে এটা সম্পৰ্কৰ আৰম্ভণি হয়, তেতিয়া দুয়োজনৰে যৌন ইচ্ছা বা যৌন আকাঙ্খা (Sex Drive) চৰম পৰ্যায়ত থাকে। ইজনে সিজনক জনাৰ দুৰ্বাৰ আগ্ৰহ, কাষত পোৱাৰ বাসনা আদি অনুভূতিবোৰে জীৱনটো সুন্দৰ কৰি তোলে।প্রতীকী ছবি

2/ 7 *সুখী দাম্পত্য জীৱনৰ অন্যতম ছাবিকাঠি হ’ল শাৰীৰিক সম্পৰ্ক। তেনে ক্ষেত্ৰত বিয়াৰ কেইবছৰমানৰ পিছৰ পৰা বহুত দম্পতীৰ যৌন তাড়না কমিবলৈ ধৰে। বহু সময়ত তেওঁলোকৰ মাজত যৌনমিলন সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান কাম কৰিলে পুনৰ আগৰদৰে আপোনাৰ জীৱন আনন্দময় হৈ উঠিব পাৰে। প্রতীকী ছবি
*সুখী দাম্পত্য জীৱনৰ অন্যতম ছাবিকাঠি হ’ল শাৰীৰিক সম্পৰ্ক। তেনে ক্ষেত্ৰত বিয়াৰ কেইবছৰমানৰ পিছৰ পৰা বহুত দম্পতীৰ যৌন তাড়না কমিবলৈ ধৰে। বহু সময়ত তেওঁলোকৰ মাজত যৌনমিলন সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান কাম কৰিলে পুনৰ আগৰদৰে আপোনাৰ জীৱন আনন্দময় হৈ উঠিব পাৰে। প্রতীকী ছবি

3/ 7 *দৈনন্দিন ৰুটিন : বহুলোকে তেওঁলোকৰ জীৱনত ৰুটিনত মানি চলিবলৈ ভাল নাপায়। যদি জীৱন দৈনন্দিন কামৰ দৰে হৈ পৰে আৰু শাৰীৰিক মিলনও ইয়াৰ ভিতৰত পৰে, তেনেহ’লে সমস্যা হ’বই। যদি এইটো নিয়মীয়া হৈ পৰে যে ৰাতিৰ আহাৰৰ পিছত আৰু আপোনাৰ দাঁত ব্ৰাছ কৰাৰ পিছত যৌন সম্পৰ্ক বাধ্যতামূলক হয়, ই শাৰীৰিক মিলনৰ প্ৰতি অনিচ্ছাৰ মূল কাৰণ হ’ব পাৰে।( সাংকেতিক ছবি)
*দৈনন্দিন ৰুটিন : বহুলোকে তেওঁলোকৰ জীৱনত ৰুটিনত মানি চলিবলৈ ভাল নাপায়। যদি জীৱন দৈনন্দিন কামৰ দৰে হৈ পৰে আৰু শাৰীৰিক মিলনও ইয়াৰ ভিতৰত পৰে, তেনেহ’লে সমস্যা হ’বই। যদি এইটো নিয়মীয়া হৈ পৰে যে ৰাতিৰ আহাৰৰ পিছত আৰু আপোনাৰ দাঁত ব্ৰাছ কৰাৰ পিছত যৌন সম্পৰ্ক বাধ্যতামূলক হয়, ই শাৰীৰিক মিলনৰ প্ৰতি অনিচ্ছাৰ মূল কাৰণ হ’ব পাৰে।( সাংকেতিক ছবি)

4/ 7 *যৌনতাৰ প্ৰতি আগ্ৰহ হেৰুওৱা: শাৰীৰিক মিলনৰ প্ৰতি যদি আপোনাৰ ইচ্ছা আকাংক্ষা, অথবা উত্তেজনা এই সকলোবোৰ নাইকীয়া হৈছে আপুনি সাৱধান হ’বৰ সময় আহি পৰিছে। এই ক্ষেত্ৰত, ইজনে সিজনক যিমান পাৰে সিমান সময় দিয়া ভাল। (সাংকেতিক ছবি)
*যৌনতাৰ প্ৰতি আগ্ৰহ হেৰুওৱা: শাৰীৰিক মিলনৰ প্ৰতি যদি আপোনাৰ ইচ্ছা আকাংক্ষা, অথবা উত্তেজনা এই সকলোবোৰ নাইকীয়া হৈছে আপুনি সাৱধান হ’বৰ সময় আহি পৰিছে। এই ক্ষেত্ৰত, ইজনে সিজনক যিমান পাৰে সিমান সময় দিয়া ভাল। (সাংকেতিক ছবি)

5/ 7 *শিশু, অভিভাৱকৰ উপস্থিতি: যেতিয়া ঘৰত শিশু আৰু অভিভাৱক থাকে, যৌন সম্ভোগৰ আকাংক্ষা কিছু পৰিমাণে নাইকিয়া হয়। কাৰণ গোপনীয়তা বজাই ৰখাৰ প্ৰত্যাহ্বান সন্মুখলৈ আহে। গোটেই দিনটো নিজ সন্তানক চম্ভালি থকা পৰিয়ালৰ আন লোকসকলৰ লগতে আলহী অতিথিৰ সেৱা-শুশ্ৰূষা আদি কামবোৰৰ ববে লাহে লাহে যৌন আকাংক্ষা, ইজনে সিজনক লগ পোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’বলৈ ধৰে। দিনটোৰ ব্যস্ততাৰ পাছত আপোনাৰ খোজ কাঢ়িবলৈও শক্তি নোহোৱা হয়। এনে সময়ত আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে অকলে কটাবলৈ সময় নিজেই উলিয়াব লাগিব। (সাংকেতিক ছবি)
*শিশু, অভিভাৱকৰ উপস্থিতি: যেতিয়া ঘৰত শিশু আৰু অভিভাৱক থাকে, যৌন সম্ভোগৰ আকাংক্ষা কিছু পৰিমাণে নাইকিয়া হয়। কাৰণ গোপনীয়তা বজাই ৰখাৰ প্ৰত্যাহ্বান সন্মুখলৈ আহে। গোটেই দিনটো নিজ সন্তানক চম্ভালি থকা পৰিয়ালৰ আন লোকসকলৰ লগতে আলহী অতিথিৰ সেৱা-শুশ্ৰূষা আদি কামবোৰৰ ববে লাহে লাহে যৌন আকাংক্ষা, ইজনে সিজনক লগ পোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’বলৈ ধৰে। দিনটোৰ ব্যস্ততাৰ পাছত আপোনাৰ খোজ কাঢ়িবলৈও শক্তি নোহোৱা হয়। এনে সময়ত আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে অকলে কটাবলৈ সময় নিজেই উলিয়াব লাগিব। (সাংকেতিক ছবি)

6/ 7 *জন্ম নিৰোধক ঔষধ সেৱন : যৌন চাহিদা হ্ৰাস হোৱাৰ অন্যতম কাৰণ হৈছে জন্ম নিৰোধক ঔষধ সেৱন অভ্যাস। যি সকল দম্পতীয়ে সোনকালে অভিভাৱক হ’ব নিবিচাৰে তেওঁলোকে জন্ম নিৰোধক ঔষধ ব্যৱহাৰ কৰে। ই সমস্যাটো আৰু অধিক বৃদ্ধিহে কৰে আৰু শাৰীৰিক মিলনৰ তাড়না ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। গতিকে আপুনি এনে ক্ষেত্ৰত, সমাধানৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। (সাংকেতিক ছবি)
*জন্ম নিৰোধক ঔষধ সেৱন : যৌন চাহিদা হ্ৰাস হোৱাৰ অন্যতম কাৰণ হৈছে জন্ম নিৰোধক ঔষধ সেৱন অভ্যাস। যি সকল দম্পতীয়ে সোনকালে অভিভাৱক হ’ব নিবিচাৰে তেওঁলোকে জন্ম নিৰোধক ঔষধ ব্যৱহাৰ কৰে। ই সমস্যাটো আৰু অধিক বৃদ্ধিহে কৰে আৰু শাৰীৰিক মিলনৰ তাড়না ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। গতিকে আপুনি এনে ক্ষেত্ৰত, সমাধানৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। (সাংকেতিক ছবি)

7/ 7 *নিৰাপত্তাহীনতা : বিবাহৰ পিছত বহুতো দম্পতীয়ে জিমলৈ যায় আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰে। তেওঁলোকে বিবাহৰ পিছত শৰীৰৰ পৰিৱৰ্তনৰ আশংকাত ভূগে। আৰু সেইটোৱেই বহু সময়ত বিপদ ঘটায়। এইটো একেবাৰেই স্বাভাৱিক কথা যে, বিবাহৰ পিছত শৰীৰলৈ কিছু পৰিৱৰ্তন আহিবই আৰু বয়সো বৃদ্ধি পাব। বিবাহৰ পিছত কেনেকুৱা দেখিছে তাক লৈ বিশেষ চিন্তা নকৰিব, আপুনি এই সাধাৰণ পৰিৱৰ্তনবোৰ দুয়োজনে স্বীকাৰ কৰিবলৈ শিকক। (সাংকেতিক ছবি)
*নিৰাপত্তাহীনতা : বিবাহৰ পিছত বহুতো দম্পতীয়ে জিমলৈ যায় আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰে। তেওঁলোকে বিবাহৰ পিছত শৰীৰৰ পৰিৱৰ্তনৰ আশংকাত ভূগে। আৰু সেইটোৱেই বহু সময়ত বিপদ ঘটায়। এইটো একেবাৰেই স্বাভাৱিক কথা যে, বিবাহৰ পিছত শৰীৰলৈ কিছু পৰিৱৰ্তন আহিবই আৰু বয়সো বৃদ্ধি পাব। বিবাহৰ পিছত কেনেকুৱা দেখিছে তাক লৈ বিশেষ চিন্তা নকৰিব, আপুনি এই সাধাৰণ পৰিৱৰ্তনবোৰ দুয়োজনে স্বীকাৰ কৰিবলৈ শিকক। (সাংকেতিক ছবি)

Exit mobile version