Site icon Guwahati Times

শীতকালত উদ্দাম যৌন সম্পৰ্ক উপভোগ কৰাৰ পূৰ্বে মনত ৰাখক এইকেইটা সহজ টিপছ…

কোৱা বাহুল্য যে শীতকালৰ অৰ্থ হ’ল বহুত মজা আৰু আনন্দৰ। আৰু এই মজা যদি শাৰীৰিক ঘনিষ্ঠতাৰ ক্ষেত্ৰত কয়, তেন্তে দুগুনে বৃদ্ধি ঘটে। শীতকালত শৰীৰৰ পৰা শৰীৰৰ সংস্পৰ্শই যি উষ্ণতা সৃষ্টি কৰে সেয়া বাস্তৱ। কিন্তু তথাপিও এই শীতকালত কেতিয়াবা শৰীৰটো অলপ জঠৰ হৈ পৰে। তেতিয়া হয়তো আপোনাৰ প্ৰিয়জনক ‘হোল্ড ইয়ৰ টাং এন্ড লেট মি লাভ’ বুলি ক’বলৈ দ্বিধাবোধ হ’ব পাৰে। কিন্তু জানেনে, শীতকালৰ দীঘলীয়া ৰাতিবোৰত ‘যৌন সম্ভোগ’ সম্পূৰ্ণ বেলেগ হ’ব পাৰে। যৌন বিশেষজ্ঞসকলেও একেই পৰামৰ্শ দিয়ে। মাত্ৰ এইবোৰ কথা মনত ৰাখিব…

কাপোৰত যৌন সম্পৰ্ক: প্ৰথমতে এটা কথা মনত ৰাখিব যে যিমান পাৰি কাপোৰ খুলি নোলোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিলে শীতকালত এক বেলেগ সোৱাদ আহিব পাৰে। আপোনাৰ প্ৰধান লক্ষ্য হ’ব লাগে আপোনাৰ সংগীক উন্মোচন নকৰাকৈ তেওঁলোকৰ ওচৰলৈ যোৱা। শৰীৰটো লাহে লাহে গৰম হ’ব। লগতে আপোনাৰ সংগীক উলংগ দেখাৰ ইচ্ছাই আপোনাক অধিক উত্তেজিত কৰি তুলিব।

ফৰপ্লেত লিপ্ত হওক: যৌন সম্পৰ্কৰ আগতে দীঘলীয়া ফৰপ্লে কৰক। লগতে কোঠাটো আন্ধাৰ কৰি একেলগে বহুতো চাকি জ্বলাব পাৰে। এটা বেলেগ আমেজ সৃষ্টি হ’ব। ইজনে সিজনৰ শৰীৰৰ লগত খেলা কৰি আন এখন পৃথিৱীত হেৰাই যাওক।

বিভিন্ন ধৰণৰ পজিশ্যন চেষ্টা কৰক: সদায় ‘মিছনেৰী’ পজিশ্যনতে থাকে কিন্তু শীতকালত বিভিন্ন ষ্টাইল চেষ্টা কৰিব পাৰে। অৱশ্যে পাৰস্পৰিক সন্মতিৰেহে এই কাম কৰিব।

মোজা পিন্ধি যৌন সম্পৰ্ক স্থাপন কৰক: শীতৰ ঠাণ্ডাত ভৰিত মোজা পিন্ধি যৌন সম্পৰ্ক স্থাপন কৰিব পাৰি। শৰীৰে নতুন মজা এটা পাব। কিন্তু যদি বেছি ঠাণ্ডা নহয় তেন্তে ইয়াক অগ্ৰাধিকাৰ নিদিয়াটো ভাল।

Exit mobile version