Site icon Guwahati Times

মহিলাৰ অষ্টিঅ’ আর্থ্রাইটিছ বেছি কিয়?

অষ্টিঅ’আর্থ্রাইটিছ বা অস্থিসন্ধিৰ বাত ৰোগত পুৰুষ-মহিলা সকলোৱে আক্রান্ত হ’ব পাৰে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি।

ইয়াৰ আঁৰত কাৰণো আছে। শৰীৰৰ যিকোনো অস্থিসন্ধিত এনে সমস্যাই গা কৰি উঠিব পাৰে।

Exit mobile version