Site icon Guwahati Times

নখ চায়েই ক’ব পাৰি আপুনি কি ৰোগত আক্ৰান্ত

নখে মানুহৰ স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ ইংগিত দিব পাৰে৷ অৰ্থাৎ মানুহ এজন কেনেধৰণৰ ৰোগত আক্ৰান্ত সেই সম্পৰ্কে নখে সাৱধান কৰি দিব পাৰে৷ এই ক্ষেত্ৰত বুঢ়া আঙুলিয়ে সকলোতকৈ বেছি ইংগিত বহন কৰে৷ ভালদৰে লক্ষ্য কৰিলে দেখিব নখৰ গুৰিত থাকে অৰ্ধ চন্দ্ৰাকৃতি৷ এই অৰ্ধ চন্দ্ৰই নখ ভাল কৰি ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ নখৰ এই অৰ্ধ চন্দ্ৰ যদি কোনো কাৰণত ক্ষতিগ্ৰস্ত তেতিয়া আপোনাৰ নখৰ বৃদ্ধি চিৰদিনৰ বাবে ৰুদ্ধ হৈ যাব পাৰে৷ অৰ্ধ চন্দ্ৰ নখৰ অতি সংবেদনশীল অংশ৷ নখৰ এই অৰ্ধ চন্দ্ৰই স্বাস্থ্য সম্পৰ্কত কি কি ইংগিত দিয়ে সেয়া জানিলে আপুনি আচৰিত হ’ব৷

Exit mobile version