Site icon Guwahati Times

পুৱা খালী পেটত চাহ খায় নেকি? তেনেহ’লে সাৱধান!

পুৱা গৰম চাহত চুমুক দি দিনটো আৰম্ভ কৰা হয়৷ ধোৱা ওলোৱা চাহৰ আমেজেই বেলেগ৷ চাহ পান কৰাটো আপোনাৰ প্ৰতিদিনৰ অভ্যাস নেকি? জানি লওক সকলো বস্তুৰ এটা নিৰ্দিষ্ট সময় আছে৷ সেই কাৰণে চাহ খোৱাৰো নিৰ্দিষ্ট সময়সূচী আছে৷ পুৱা চাহ খোৱাটো কোনো কাৰণতে স্বাস্থ্যকৰ নহয়৷ পুৱাই চাহ খালে বৃদ্ধি পায় এছিডৰ সমস্যা৷ সেয়ে চাহ খোৱাৰ আগতে কেৱল বিস্কুত নহয়, পেট ভৰাই অন্য খাদ্য খাই ল’ব৷ যদি সেইটো নকৰে তেনেহ’লে সন্মুখত ভয়ংকৰ বিপদ৷ এতিয়াই সমস্যাই দেখা নিদিলেও ভৱিষ্যতে ভয়ংকৰ শাৰীৰিক সমস্যাত ভুগিব লাগিব আপুনি৷ খালীপেটত চাহ খালে কি কি সমস্যা হ’ব পাৰে –

Exit mobile version