Site icon Guwahati Times

তামুলপুৰ: ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ

তামুলপুৰত জঘন্য ঘটনা। ৯ বছৰীয়া নিজ কন্যা সন্তানক ধৰ্ষণ ৪৫ বছৰীয়া লোকৰ।

আৰক্ষীৰ জালত লম্পট ব্ৰজেন কলিতা। কনমানিটোক যোৱা ২৫ জুনতেই ধৰ্ষণ কৰিছিল পশ্চিম ঝাৰগাঁও নিবাসী ব্ৰজেন কলিতা নামৰ লোকজনে।

দেওঁবাৰে শিশুটি অসুস্থ হৈ পৰাত মাকক সমগ্ৰ ঘটনা বিৱৰি কোৱাত লোক জনৰ জঘন্য কাণ্ড পোহৰলৈ আহে।

Exit mobile version