Site icon Guwahati Times

কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত R.D. Junior Collegeৰ ছাত্ৰী মৌমিতা কোঁৱৰে লাভ কৰে এই সফলতা ৷

গুৱাহাটী: কলা শাখাত ৪৭৩ নম্বৰেৰে তৃতীয় স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছে ডুমডুমাৰ মৌমিতা কোঁৱৰে।

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত R.D. Junior Collegeৰ ছাত্ৰী মৌমিতা কোঁৱৰে লাভ কৰে এই সফলতা ৷

ডুমডুমা বৰহাপজান নিবাসী বিমল কোঁৱৰৰ কন্যা মৌমিতা কোঁৱৰৰ সাফল্যত আনন্দিত অঞ্চলবাসী ৷

Exit mobile version