কলা শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

1 min read

গুৱাহাটী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হোৱা কলা শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে-

প্ৰথম স্থান

  • পূবালী ডেকা (৪৮১), পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং
  • শ্ৰদ্ধা বৰগোহাঁই (৪৮১), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

দ্বিতীয় স্থান

  • কাশ্মিৰী দাস (৪৭৭), বৰপেটা বিদ্যাপীঠ এইচ এছ স্কুল, বৰপেটা
  • অন্বেষা কাশ্যপ (৪৭৭), গোলাঘাট জাতীয় মহাবিদ্যালয়, গোলাঘাট
  • ছাইমা (৪৭৭), আব্দুল হাছিব এইচ এছ স্কুল, হোজাই

তৃতীয় স্থান

  • জুস্মিতা গোস্বামী (৪৭৩), কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
  • ফাৰহানুৰ ৰহমান (৪৭৩), বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও
  • ময়ূৰিকা ডেকা (৪৭৩), ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং
  • সংগীতা দাস (৪৭৩), প্ৰেগমেটিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ (গ্ৰাম্য)
  • পলী বৰা (৪৭৩), কনচেপ্ট জুনিয়ৰ কলেজ,নগাঁও
  • প্ৰিয়াক্ষী বৰা (৪৭৩), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
  • মৌমিতা কোঁৱৰ (৪৭৩), আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া

চতুৰ্থ স্থান

  • মানসী চহৰীয়া (৪৭২), ব্ৰিলিয়েণ্ট একাডেমী, দৰং
  • দেৱশ্ৰী বৰা (৪৭২), কটন বিশ্ববিদ্যালয়, কামৰূপ (মহানগৰ)
  • তাহিৰা জামান (৪৭২), মাধৱদেৱ জুনিয়ৰ কলেজ, নগাঁও
  • জুলী বৈশ্য (৪৭২), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

পঞ্চম স্থান

  • শৰৎ শইকীয়া (৪৭১), ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি
  • সম্পূৰ্ণা বাৎসায়ন (৪৭১), অসম জাতীয় বিদ্যালয়, কামৰূপ (মহানগৰ)
  • কাবেৰী কোঁচ (৪৭১), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
  • মালবিকা ভৰদ্বাজ (৪৭১), পি বি ধীৰদত্ত এইচ এছ স্কুল, নলবাৰী

ষষ্ঠ স্থান

  • ভাৰ্গৱ ফুকন (৪৭০), ক্ৰিচেণ্ট একাডেমী, যোৰহাট
  • স্বাগতা দত্ত (৪৭০), জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ
  • হৰ্ষিতা বৰঠাকুৰ (৪৭০), কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও

সপ্তম স্থান

  • অবন্তি ৰয় (৪৬৯), বি এন কলেজ, ধুবুৰী
  • অন্নশ্ৰী মহন্ত (৪৬৯), ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়
  • অমিতেষ নাথ (৪৬৯), গোলাঘাট জাতীয় মহাবিদ্যালয়, গোলাঘাট
  • দিব্য প্ৰতিম বৰা (৪৬৯), আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ
  • উদিতা ঈষাণী কাকতী (৪৬৯), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
  • শতাব্দী পূজাৰী (৪৬৯), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
  • প্ৰিয়াংশী গোস্বামী (৪৬৯), ৰেনেইছেঞ্চ জুনিয়ৰ কলেজ, নগাঁও
  • পৰিণীতা বুজৰবৰুৱা (৪৬৯), আছাম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰী

অষ্টম স্থান

  • আলিস্মিতা শৰণীয়া (৪৬৮), কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
  • ডেইজী নাথ (৪৬৮), বাডছ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা
  • আফৰিন ইছলাম (৪৬৮), ছেইণ্ট জেভিয়াৰ্ছ এইচ এছ স্কুল, ডিব্ৰুগড়
  • প্ৰাপ্তি বৰুৱা (৪৬৮), ফৰকাটিং জুনিয়ৰ কলেজ, গোলাঘাট

নৱম স্থান

  • অজশ্বেতা বশিষ্ঠ গোস্বামী (৪৬৭), বঙাইগাঁও এইচ এছ স্কুল, বঙাইগাঁও
  • এপল’ কাশ্যপ (৪৬৭), প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট
  • নম্ৰতা বৰুৱা (৪৬৭), ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

দশম স্থান

  • চন্দ্ৰিকা কলিতা (৪৬৬), কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা
  • অংকিতা ভূঞা (৪৬৬), কিৰণ একাডেমী জুনিয়ৰ কলেজ, ধেমাজি
  • কৃষ্ণা বালা দাস (৪৬৬), হালাকুৰা এইচ এছ স্কুল, ধুবুৰী
  • শুভাকাংক্ষী আত্ৰেয়া (৪৬৬), ক্ৰিচেণ্ট একাডেমী, যোৰহাট
  • ছাহাব উদ্দিন (৪৬৬), লালুক এইচ এছ স্কুল, লখিমপুৰ
  • মমিনা আখতাৰ (৪৬৬), লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী


You May Also Like

More From Author