Site icon Guwahati Times

তীৰ্থনগৰী হাজোত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

গেৰুৱাত আবকাৰী বিভাগৰ অভিযান

২০টাকৈ বিলাতী সুৰাৰ কাৰ্টন জব্দ

গেৰুৱাৰ এখন দোকানৰ পৰা জব্দ অবৈধ সুৰাখিনি

দীৰ্ঘদিন ধৰি দোকানখনত চলি আহিছিল অবৈধ সুৰাৰ ব্যয়সায়

হাজো আৰক্ষী থানৰ ১.৫ কি.মি নিলগত সুৰাৰ অবৈধ ঘাটি

তীৰ্থনগৰী হাজোত সুৰা ব্যৱসায়ত আছে নিষেধাজ্ঞা

হাজোত বহু কেইখন অবৈধ সুৰাৰ ব্যয়সায় গৰ লৈ উঠিছে !

Exit mobile version