Site icon Guwahati Times

দুই ভৰি আৰু এখন হাত নথকা দৰ্জীৰ সন্তানে পাছ কৰিলে UPSC পৰীক্ষা।

কোৱা হয় যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অৰ্থাৎ UPSC ৰ পৰীক্ষা বিশ্বৰ অন্যতম কঠিন পৰীক্ষা। পাছ কৰিলে তাৰ অৰ্থ হ’ল পৃথিৱীৰ যিকোনো কঠিন পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে বহু বছৰ ধৰি ইয়াৰ বাবে প্ৰস্তুতি চলায় আৰু দিনটোত বহু ঘণ্টা কিতাপত কটায়। UPSC পৰীক্ষাত ক্লিয়াৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু কঠোৰ অনুশাসনৰ প্ৰয়োজন।

মঙলবাৰে ঘোষণা কৰা ফলাফলত মুঠ ৯৩৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে। ইয়াৰে ৩৪৫ জন অসংৰক্ষিত, ৯৯ জন ই ডব্লিউ এছ, ২৬৩ জন অ’ বি চি, ১৫৪ জন অনুসূচিত জাতি আৰু ৭২ জন এছ টি বিভাগৰ। এই ৯৩৩ জন লোকৰ ভিতৰত সুৰজ তিৱাৰী নামৰ এজন প্ৰাৰ্থীকো অন্তর্ভুক্ত কৰা হৈছে।

Exit mobile version