Site icon Guwahati Times

নগাঁৱৰ তেলিয়াপট্টি গেটত হয়বৰগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

নগাঁৱৰ তেলিয়াপট্টি গেটত হয়বৰগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

গোপন সূত্ৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলাইছিল এই অভিযান।

অভিযানত ৭ বাকচ হে’ৰইণ সহ মহিলা সৰবৰাহকাৰীক আটক আৰক্ষীৰ।

ধৃত মহিলা সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা ৰেলেৰে নগাঁৱলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

জব্দকৃত হে’ৰইণখিনিৰ বজাৰ মূল্য কেইবা লক্ষধিক টকা হব বুলি অনুমান কৰা হৈছে।

মহিলা সৰবৰাহকাৰী গৰাকী কচুৱাৰ শ্বাহনাজ বেগম বুজি জানিব পৰা গৈছে।

Exit mobile version