Site icon Guwahati Times

বাল্য বিবাহঃ ধুবুৰীত ১০ জনে লাভ কৰিলে জামিন…

ধবুৰীত বাল্য বিবাহৰ ১০টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ।

প্রথমবাৰৰ বাবে ধুবুৰী আদালতে জামিন মঞ্জুৰ কৰে ১০টা গোচৰৰ।

১৩টা গোচৰৰ অভিযুক্তৰ বাবে আৱেদন জনোৱা হৈছিল আদালতত।

ন্যায়াধীশ পি কাকতিৰ আদালতে মঞ্জুৰ কৰে জামিন।

জামিন লাভ কৰা মুঠ অভিযুক্তৰ সংখ্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই।

জামিন লাভ কৰাসকলৰ ভিতৰত আছে স্বামী আৰু অভিভাৱক।

Exit mobile version