Site icon Guwahati Times

ব্লু ফিল্মত অভিনয় কৰি কিমান টকা উপাৰ্জন কৰে মিয়া খলিফাই? ফাদিল হ’ল গোপন তথ্য

পৰ্ণৰ জগতখনত এইগৰাকী অভিনেত্ৰীক হয়টো চিনি নোপোৱা কোনো নোলাব। পৰ্ণজগতত এইগৰাকী অভিনেত্ৰীৰ লগত মিলাব পৰা অভিনেত্ৰী বিচাৰি পোৱাটো বৰ কঠিন। আনকি ছানি লিয়নীতকৈও আগত আছিল তেওঁ। তেওঁ হৈছে মোহময়ী মিয়া খলিফা। এইগৰাকী মিয়া খলিফাই এতিয়া মুকলিকৈ কৈছে যে তেওঁ পৰ্ণ ছবিত অভিনয় কৰি কিমান টকা লাভ কৰিছিল।

পৰ্ণৰ জগতখনত অভিনয় কৰি থকাৰ পিছতো মিয়া এগৰাকী অতি ব্যস্ত অভিনেত্ৰী। তেওঁ নিজৰ ব্যক্তিগত জীৱনটো লুকুৱাই ৰাখিব বিচাৰে। কিন্তু অনুৰাগীৰ দীৰ্ঘদিনীয়া কৌতুহল সন্তুষ্ট কৰিবলৈ মিয়াই টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি নিজৰ দৰমহাৰ বিষয়ে মুকলিকৈ কয়।

মিয়াই সেই ভিডিঅ’টোত কয় যে তেওঁৰ পৰ্ণ ছবিত অভিনয় কৰি মুঠ ১২ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯ লাখ ৭২ হাজাৰ ৬৪৬ টকা) উপাৰ্জন কৰিছিল।

মিয়াই এই ভিডিঅ’টোত কয়, “বহুতে ভাবে যে মই নীলা ছবিৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছোঁ। কিন্তু সেয়া একেবাৰেই সঁচা নহয়। পৰ্ণত অভিনয় কৰি ১২ হাজাৰ ডলাৰ উপাৰ্জন কৰিলোঁ। মই পৰ্ণ এৰি দিয়াৰ পিছত আন এটা চাকৰি বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। কিন্তু বহু চেষ্টাৰ অন্তত মই স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিছোঁ।”

Exit mobile version