Site icon Guwahati Times

এইবাৰ দক্ষিণ শালমাৰাত হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলে

এইবাৰ দক্ষিণ শালমাৰাত হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলে

১৩হাজাৰ টকা উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰিল আবু তালেব মিয়া নামৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ লাট মণ্ডলজন

Exit mobile version