Site icon Guwahati Times

গোঁসাইগাঁও: তুলসীবিলৰ কৰ্তিমাৰীত ডকাইতিকাণ্ডত ব্যবহাৰ কৰা পিষ্টল উদ্ধাৰ

তুলসীবিলৰ কৰ্তিমাৰীত ডকাইতিকাণ্ডত ব্যবহাৰ কৰা পিষ্টল উদ্ধাৰ।

ঘটনাস্থলীৰ পৰা কিছু নিলগত খেতিপথাৰত উদ্ধাৰ পিষ্টলটো।

লগতে খেতিপথাৰত ওচৰতে থকা বাহনি বাৰীত উদ্ধাৰ CSP স্বতাধিকাৰী বেগ

তুলসীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৱজতি নাথৰ নেতৃত্বত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ব্যবহাৰ কৰা পিষ্টল, লগতে CSP ৰ স্বতাধিকাৰী বেগ

ঘটনাস্থলীত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মা উপস্থিত।

Exit mobile version