Site icon Guwahati Times

এই ৰাশিৰ জাতকসকলে এই ৰাশিৰ জাতিকাসকলৰ সৈতে কেতিয়াও বিয়াত নবহিব? আজীৱন নুগুচিব অশান্তি…

বিবাহ হৈছে দুজন মানুহ আৰু দুটা মনৰ মিলন। দুজন মানুহৰ মন সম্পূৰ্ণ একত্ৰিত হ’লেহে এটা পৰিয়াল সুখী হয়। কিন্তু জ্যোতিষৰ মতে এনে কিছুমান ৰাশি আছে, যাৰ সৈতে বিবাহ সম্ভৱ নহয়। আৰু যিবোৰে ভৱিষ্যতেও বহুত সংকটৰ সৃষ্টি কৰে।

কোন ৰাশিৰ লগত কোন ৰাশিৰ বিয়া হোৱা অনুচিত?

১) মেষ আৰু বৃষ ৰাশিৰ বিবাহ একেবাৰেই কৰিব নালাগে। কাৰণ মেষ ৰাশিৰ জাতক-জাতিকসকল অলপ স্বাধীনচেতিয়া।

২) বৃষ ৰাশি, ধনু ৰাশি সম্পূৰ্ণ অনুপযোগী। বৃষ ৰাশিৰ জাতক-জাতিকসকলে নিজৰ লক্ষ্যত স্থিৰ হৈ থাকি ভাল পায়। আৰু তেওঁলোক সাধাৰণতে অতি সৎ প্ৰকৃতিৰ।

৩) মকৰ ৰাশি- মিথুন ৰাশিৰ বাবে অতি বেয়া। কাৰণ এই দুটা ৰাশিৰ চৰিত্ৰ সম্পূৰ্ণ বিপৰীত।

৪) কৰ্কট ৰাশিৰ লোকে কুম্ভ ৰাশিৰ লোকক বিয়া কৰাব নালাগে। কাৰণ কৰ্কট ৰাশিৰ লোক কম আৱেগিক আৰু কুম্ভ ৰাশি অতি বেছি আৱেগিক।

৫) সিংহ আৰু বৃশ্চিক ৰাশিৰ বিয়া হোৱা উচিত নহয়। কাৰণ সিংহ ৰাশি মানসিকভাৱে অতি শক্তিশালী। সিংহ ৰাশিৰ লোকে আনৰ বশৱৰ্তী হ’ব নিবিচাৰে।

৬) কন্যা ৰাশি আৰু ধনু ৰাশিৰ মিল প্ৰায় অসম্ভৱ। কাৰণ কন্যা ৰাশিয়ে সদায় আনক সহায় কৰিব বিচাৰে, কিন্তু ধনু ৰাশি অলপ প্ৰতিযোগিতামূলক।

৭) কন্যা ৰাশি- তুলা ৰাশিৰ ব্যক্তিৰ লগত সামঞ্জস্যপূৰ্ণ নহয়। কাৰণ তুলা ৰাশিয়ে নিজৰ কথা ভাবি ভাল পায়। কন্যা ৰাশি সদায় সহায়ক মনৰ।

৮) মেষ ৰাশিৰ লগত বৃশ্চিক ৰাশিৰ মিল কৰাটো অসম্ভৱ। বৃশ্চিক ৰাশিৰ লোকে কোমল হৃদয়ৰ মানুহক বেছি পছন্দ কৰে।

৯) ধনু আৰু বৃষ ৰাশিৰ বিবাহ নহয়। কাৰণ ধনু ৰাশি তেওঁলোকৰ কামত ব্যস্ত থকাৰ বিপৰীতে বৃষ ৰাশিয়ে নিজৰ কামত ব্যস্ত থাকে।

১০) মকৰ ৰাশি আৰু মিথুন ৰাশিৰ লোকৰ বাবে আটাইতকৈ বেয়া মিল।

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত আধাৰিত। ইয়াক বিশ্বাস কৰা/নকৰা আপোনাৰ একান্ত ব্যক্তিগত। Guwahati Times য়ে এই তথ্য আপোনাৰ জীৱনত প্ৰযোগ কৰিবলৈ কেতিয়াও বাধ্য নকৰে।)

Exit mobile version