Site icon Guwahati Times

প্লাষ্টিকৰ পিষ্টল আৰু এজন পুলিচ। ৰাজপথত ঘূৰি ফুৰে পুলিচজন। হিমাংশু কলিতাৰ কাহিনী

‘অসম পুলিছত ভৰ্তি হোৱাৰ বহুত হেঁপাহ মোৰ’।

অনলাইনত অৰ্ডাৰ কৰি পিন্ধিলে পুলিছৰ ইউনিফৰ্ম।

শেষত হাতযোৰ কৰি হিমাংশুৱে কলে- ‘মোক জে’লত ভৰাব নালাগে’।

‘মই নিজেই নাজানো মই কি হয়’।

‘পুলিচৰ ড্ৰেছ পিন্ধিবলৈ মোৰ বহু চখ।

অসম পুলিচত মোক এটা চাকৰি দিয়ক।

মহাৰাষ্ট্ৰৰ পৰা অৰ্ডাৰ কৰি আনিছিলো পুলিচৰ ড্ৰেছযোৰ।’

Exit mobile version