Site icon Guwahati Times

এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক….

এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক….

এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক।

হত্যা কৰি মৃতদেহ পুতি থ’লে দাঁতিকাষৰীয়া অৰণ্যত।

হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গাঁত খান্দি উদ্ধাৰ কৰিলে বিগত আঢ়ৈ মাহে নিৰুদ্দেশ হৈ থকা লালচানৰ মৃতদেহ

 

Exit mobile version