Site icon Guwahati Times

উত্তৰ–পূবৰ তিনিওখন ৰাজ্যতে বিজেপিৰ চৰকাৰ হ’ব – ক’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ ভোটগণনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সোণোৱালে কয়, ‘‘উত্তৰ–পূবৰ আটাইকেইখনতেই বিজেপিৰ চৰকাৰ হ’৸ব। বিজেপিৰ লগত যিমানকেইখনত মিত্ৰতা আছে তাত আমি চৰকাৰ কৰিম বুলি স্পষ্ট হৈছে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিগত ৯ বছৰত যিমান ভাল কাম কৰিছে, সেয়া উত্তৰ–পূৰ্বাঞ্চলৰ মানুহে পাহৰিব নোৱাৰে। তেখেতৰ প্ৰতি অগাধ বিশ্বাস আৰু শ্ৰদ্ধা আছে। তেখেতৰ হাত শক্তিশালী কৰিবৰ বাবে তিনিখন ৰাজ্যৰ জনতাই আজি তেখেতৰ আহ্বানক সঁহাৰি জনাইছে।

Exit mobile version