Site icon Guwahati Times

বিজেপিৰ নেতা বিজয় পাঠকক আক্ৰমণ কৰি আৰক্ষীৰ জালত দুই কটনিয়ান

গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত শনিবাৰে দুৰ্বৃত্তই বিজয় পাঠক নামৰ এজন লোকক আক্ৰমণ কৰিছিল। এই ঘটনাত লিপ্ত কটন বিশ্ববিদ্যলয়ৰ দুই ছাত্ৰ ঋষিকেশ দাস আৰু মৃগাংক কাশ্যাপক বিজেপি নেতাক আক্ৰমণ কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

পানবজাৰ আৰক্ষীয়ে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

বৰ্তমান মানস কমল নামৰ ছাত্ৰজনক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধপোচ অব্যহত ৰাখিছে।

Exit mobile version