Site icon Guwahati Times

চাঞ্চল্যকৰ: শিৱসাগৰত যৌন নিৰ্যাতনৰ বলি ১৯ বছৰীয়া যুৱতী, তদন্তত আৰক্ষীৰ গাফিলতিৰ অভিযোগ

শিৱসাগৰ: নামতি চাৰিআলিৰ বাবুল আলী নামৰ এগৰাকী ব্যৱসায়ীযে ১৯ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন উঠিছে।

শিৱসাগৰৰ নামতিত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি ভুক্তভোগী কিশোৰীগৰাকী যৌন আৰু মানসিক নিৰ্যাতনৰ বলি হৈছিল।

ইপিনে পৰিয়ালৰ লোকে দাবী কৰিছে যে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা আৰু গোচৰটো গুৰুত্বসহকাৰে লোৱা নাই। আৰক্ষীয়ে অভিযুক্তক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোত ন্যায় প্ৰশাসনক লৈ উদ্বেগ প্ৰকাশ কৰিছে পৰিয়ালটোৱে।

Exit mobile version