Site icon Guwahati Times

আজিৰে পৰা ফাকুৱা উৎসৱ

আজি দৌলপূৰ্ণিমা, দৌলযাত্ৰা উৎসৱ আৰম্ভ।

দৌলপূর্ণিমা তিথিক ফাল্গুনী পূর্ণিমা বুলিও কোৱা হয়।

ৰং খেলাৰ উপৰিও, এই উৎসৱৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশবোৰ হৈছে দৌলপূৰ্ণিমা তিথিত বৈষ্ণৱসকলৰ মতে ৰাধা আৰু শ্ৰীকৃষ্ণৰ উপাসনা।

দৌলপূর্ণিমা তিথিক ফাল্গুনী পূর্ণিমা বুলিও কোৱা হয়।

পঞ্জিকা অনুসৰি জানক দৌলপূর্ণিমাৰ সময়৷

দৌলপূর্ণিমা আৰম্ভ হৈছে সোমবাৰ, ৬ মার্চৰ আবেলি ৪.১৭ মিনিটত৷

পূর্ণিমা তিথি থাকিব আজি ৭ মার্চৰ সন্ধিয়া ৬.৯ বজালৈ৷

আজি দৌলপূৰ্ণিমা বা দৌলযাত্ৰা উদযাপন কৰা হ’ব কিয়নো সূৰ্য্যোদয়ৰ সময়ত পূৰ্ণিমা থাকিব।

 

Exit mobile version