Site icon Guwahati Times

নাজিৰা আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি নাজিৰাৰ খটখটী গাঁও পঞ্চায়তো নাৰী দিৱস উদ্‌যাপন কৰা হয়।

নাজিৰাৰ খটখটী গাঁও পঞ্চায়তত নাজিৰা আঞ্চলিক লেখিকা সমাজৰ উদ্যোগত ৰেৱতি কপহুৱা মহিলা সমাজৰ সহযোগত এই আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপনকৰা হয়।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Exit mobile version