Site icon Guwahati Times

গৰুৰ অবৈধ সৰবৰাহ! নগাঁও আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি এখন ট্ৰাক

ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং বেহা ৷

বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও বাইপাছত আৰক্ষীয়ে পুনৰ জব্দ কৰে চোৰাংকৈ গৰু সৰবৰাহ কৰা এখন ট্ৰাক ৷

নুমলীগড়ৰ পৰা যোৰাবাটৰ অভিমুখে অহা ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিছে ২০ টাকৈ অধিক পশুধন ৷

নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেন চৰকাৰ আলী আৰু আজান আলীক আটক কৰি সোধপোছ চলাই আছে ৷

জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হ’ল AS 01HC 9648

Exit mobile version