Site icon Guwahati Times

হোলী খেলাৰ নামত উদণ্ড যুৱকৰ কুকাণ্ড !

জাপানৰ পৰা অহা এগৰাকী যুৱতীক হোলী খেলাৰ নামত চলালে নির্যাতন

হোলীত দিল্লীত এগৰাকী জাপানী মহিলাক এদল পুৰুষে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত,

আৰক্ষীয়ে এজন কিশোৰসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

Exit mobile version