Site icon Guwahati Times

‘অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে’। মহাৰাষ্ট্ৰৰ বিধায়কৰ সুৰত সুৰ মিলালে মন্ত্ৰী অতুল বৰাই

‘অসমৰ মানুহে কুকুৰ ভক্ষণ কৰে’।

মহাৰাষ্ট্ৰৰ বিধায়কৰ সুৰত সুৰ মিলালে মন্ত্ৰী অতুল বৰাই

‘অসমত কুকুৰ খোৱা মানুহ আছে’। স্বীকাৰ কৰিলে মন্ত্ৰী অতুল বৰাই।

অতুল বৰালৈ প্ৰশ্ন ভৱিষ্যতে কুকুৰৰ সুলভ মাংসক লৈ অসম চৰকাৰে ল’ব নেকি কিবা ব্যৱস্থা?

 

 

Exit mobile version