Site icon Guwahati Times

প্ৰসংগ নলবাৰীৰ বৰখানাজানাৰ বহুচৰ্চিত বিবাহ; মই মদাহী দৰাৰ লগত বিয়াত নবহো : কইনা

‘সি কিবা দিব ক’লে কি দিয়ে।

মদৰ নিছাত বিয়া কৰাব আহিছে নে গমে নাপায়।

মই মদাহী দৰাৰ লগত বিয়াত নবহো।’

সুৰাসক্ত দৰাৰ পাছত এইবাৰ মুখ খুলিলে কইনাই।

Exit mobile version