Site icon Guwahati Times

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী

ধিঙৰ ম’হখুঁটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

তীব্রবেগী ডাম্পাৰে মহটিয়াই নিয়ে এজন বাইক আৰোহীক।

যাৰ ফলতে থিতাতে নিহত হয় বাইক আৰোহী গৰাকী।

থিতাতে নিহত ম’হখুঁটিৰ বাবুল হক নামৰ লোকজন।

দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰসহ চালকৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Exit mobile version